|
|
|
|
|
|
|
এশ কোটিতকৈও অধিক ভিন্নভাষী ভাৰতীয়ৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি কৰাত ভাষা প্ৰযুক্তিয়ে এক
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে | ভাৰতীয় ভাষা কাৰ্যসূচীৰ প্ৰযুক্তি বিকাশৰ অধীনত বিকশিত
কৰা উপকৰণবোৰ জনসাধাৰণৰ বাবে সহজলভ্য কৰিবলৈ ভাৰত চৰকাৰে
www.ildc.gov.in আৰু www.ildc.in শীৰ্ষক ৱেবছাইট
দুটা তৈয়াৰ কৰিছে |
|
|
|
|
প্ৰধান উপকৰণ আৰু সেৱাবোৰ-
|
|
|
|
ফন্ট
|
কোড পৰিৱৰ্তক
|
বানান পৰীক্ষক
|
অ'পেন অফিচ
|
|
মেছেঞ্জাৰ
|
ই-মেইল ক্লায়েন্ট
|
অ'সিআৰ
|
অভিধান
|
|
ব্ৰাউজাৰ
|
লিপ্যান্তৰ
|
কৰ্প'ৰা
|
শব্দ সংসাধক
|
|
|
|
|
আৰু বহুতো…
|