| সঘনাই
সোধা প্ৰশ্নবোৰ (এফ এ কিউজ্) |
|
|
| |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
I am unable to register on the website. What should I do ?
মই ৱেবছাইটৰ ৰেজিষ্টাৰ কৰাত অক্ষম। কি কৰিব লাগে?
|
Ans : Please post the URL of the site you are trying to register,
along with the full error message to info@ildc.in. Also post the steps carried out while
registering. This will enable us to resolve issues, if any in registration page(s).
উঃ- অনুগ্রহ কৰি ৰেজিষ্টাৰ কৰিব বিচৰা ছাইটত URL আৰু info@ildc.in ত পঠোৱাত হোৱা সম্পূর্ণ ভূল খবৰটো পষ্ট কৰক। ৰেজিষ্টাৰ কৰাৰ সময়ত ব্যৱহীত পদক্ষেপবোৰ পষ্ট কৰক। ৰেজিষ্ট্রেশন পৃষ্ঠা (বোৰ)ত কিবা ভূল থাকিলে এই সমস্যাটো সমাধান কৰাত সহায় কৰিব।
| |
| |
|
|
| |
 |
|
|
| |
What is Bharateeya Open Office ? What are its uses for a
common man?
ভাৰতীয় অপেন অফিচটো কি? সাধাৰণ মানুহৰ বাবে ইয়াৰ উপকাৰিতা কি?
|
Ans : The BharateeyaOO suite mainly consists of a word processor
application (Writer), a spreadsheet application (Calc), a presentation application
(Impress), a drawing application (Draw). The BharateeyaOO suite is the customized version
of Open Office, with all the menus, status bars, error messages, user prompts, etc.
localized for Indian languages. There is a Help menu in each of the BharateeyaOO
applications, which contains help options in Indian languages that can be used to take help
on the various tools and commands of the application.
ভাৰতীয় অপেন অফিচ ছুইটত মূলতে ৱর্ড প্রচেছৰ এপ্লিকেশ্বন (ৰাইটাৰ), স্প্রেডশিট এপ্লিকেশন (কেলক), প্রেজেন্টেশ্বন এপ্লিকেশ্বন (ইমপ্রেছ), ড্রয়িং এপ্লিকেশ্বন (ড্র) আছে। ভাৰতীয় অপেন অফিচ ছুইটটো ভাৰতীয় ভাষাৰ স্থানকৃত কৰা স্থিতি বাৰ, ভূল খবৰ, ব্যৱহাৰকর্তা প্রমট ইত্যাদি সকলো মেনু থকা অপেন অফিচ কাষ্টমাইজড সংস্কৰণ।
বহু সঁজুলী আৰু এপ্লিকেশ্বনৰ নির্দেশবোৰত সহায় লবলৈ ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় ভাষাবোৰৰ সহায় বিকল্প থকা সকলো ভাৰতীয় অপেন অফিচ এপ্লিকেশ্বনত সহায় মেনু আছে।
| |
| |
 |
What is Firefox?
ফায়াৰফক্স কি?
|
Ans : Developed by Mozilla, Firefox is a free, open-source, web browser for Windows, Linux,
and Mac OS X. You can download the latest version from the Firefox web page. Indian language
Localized version of Firefox is included in each language CD.
উঃ- মজিলা উন্নত কৰা ফায়াৰফক্সটো উইণ্ডজ, লিনাক্স আৰু মেক OS X ৰ বাবে এটা ফ্রী, অপেন ছোর্চ, ৱেব ব্রাউজাৰ। আপুনি নতুন সংস্কৰণটো ফায়াৰফক্স ৱেব পৃষ্ঠাৰ পৰা ডাউনল'ড কৰিব পাৰে। ফায়াৰফক্সৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো প্রত্যেক ভাষাৰ চিডিত আছে।
| |
| |
What is Thunderbird?
থাণ্ডাৰবার্ড কি?
|
Ans : Thunderbird is a free, open-source and cross-platform mail client for most operating
systems including, but not limited to, Windows, Linux and Macintosh. It is based on the
Mozilla codebase. It is a robust and easy to use client, similar to competing products
like Outlook Express, but with some major advantages such as junk mail classification.
Localized version of Thunderbird is included in each language CD.
উঃ- থাণ্ডাৰবার্ড সংযুক্ত বহু অপাৰেটিং ছিষ্টেমৰ বাবে এটা ফ্রী, অপেন ছোর্চ আৰু ক্রছ-প্লেটফর্ম মেইল ক্লাইট, কিন্তু উইণ্ডজ, লিনাক্স মেচিনটোশত সীমিত নহয়। ই মজিলা কোডবেচত নির্ভৰ। ই ৰবাষ্ট আৰু আউটলুক এক্সপ্রেশনৰ নিচিনা উৎপন্ন সামগ্রীবোৰৰ সৈতে ফেৰ পাতিব পৰা কিছু মূখ্য সুবিধা যেনে জাংক মেইল শ্রেণীবিভাজন
সহায়ত ক্লাইন্ত ব্যৱহাৰ কৰিব সহজ। থাণ্ডাৰবার্ডৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো প্রত্যেক ভাষাৰ চিডিত আছে।
| |
| |
 |
What is PIDGIN ?
পিডজিন কি?
|
Ans : Pidgin is an easy to use and free chat client used by millions. You can Connect to
AIM, MSN, Yahoo, and more chat networks all at once. Indian language Localized version of
PIDGIN is included in each language CD.
উঃ- পিডজিন ব্যৱহাৰ কৰিব সহজ আৰু মানুহৰ দ্বাৰা ব্যৱহৃত বিনামূলীয়া চ্ছেট ক্লাইন্ট। আপনি একেবাৰতে AIM, MSN, য়াহু আৰু অধিক চ্ছেট নেটৱর্ক সম্পর্ক কৰিব পাৰে। পিডজিনৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো ভাষাৰ প্রত্যেক চিডিতে আছে।
| |
| |
What is Sunbird Calendar Application?
ছানবার্ড কেলেণ্ডাৰ এপ্লিকেশ্বন কি?
|
Ans : Mozilla Sunbird is a cross-platform calendar application, built upon Mozilla Toolkit.
The goal is to provide the users with full-featured and easy to use calendar application
that you can use around the world. It's entirely standalone: it doesn't require the bulk
of another application, but doesn't offer any integration into other programs. Localized
version of Mozilla Sunbird is included in each language CD.
উঃ- মজিলা টুলকিট স্থাপিত কৰা মজিলা ছানবার্ডটো এটা ক্রছ প্লেটফর্ম কেলেণ্ডার এপ্লিকেশ্বন। ইয়াৰ উদ্দেশ্য হল ব্যৱহাৰকর্ত্তাৰ প্রস্থ সম্পূর্ণ বৈশিষ্টপূর্ণ আৰু পৃথিৱীত সকলো ঠাইতে সহজতে ব্যৱহাৰ কৰবি পরা কেলেণ্ডাৰ এপ্লিকেশ্বন আগবঢায়। এইটে সম্পূর্ণৰূপে অকলশৰীয়া, ইয়াক আনএটা এপ্লিকেশ্বনৰ প্রয়োজন নহয়,
কিন্তু ই বেলেগ প্রগ্রামত একো অখণ্ড আগ নবঢায়। মজিলা ছানবার্ডৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো প্রত্যেক ভাষাৰ চিডিত আছে।
| |
| |
 |
What is Scribus?
স্ক্রাইবাচ কি?
|
Ans : Scribus is an open-source program that brings award-winning professional page layout
to Linux/Unix, MacOS X, OS/2 and Windows desktops with a combination of "press-ready"
output and new approaches to page layout. Underneath the modern and user friendly
interface, Scribus supports professional publishing features, such as CMYK color,
separations, ICC color management and versatile PDF creation. Indian language Localized
version of Scribus is included in each language CD.
উঃ- স্ক্রাইবাচ এটা অপেন ছোর্চ প্রগ্রাম যি "প্রেছ-ৰেডি" আউটপুট আৰু নতুন উপায়ৰ লগত লিনাক্স/ইউনিক্স, মেক OS X, OS/2 আৰু উইণ্ডজ ডেস্কটপে পৃষ্ঠা খছৰাত বঁটা বিজয়ী বাণিজ্যিক পৃষ্ঠা আনে। নতুন আৰু ব্যৱহাৰকর্ত্তাৰ বন্ধুত্ব ইন্টাৰফেচৰ অধীনত স্ক্রাইবাচটো বাণিজ্যিক প্রকাশ বৈশিষ্ঠবোৰ যেনে
CMYK ৰং, পৃথকীকৰণ, ICC ৰং পৰিচালন আৰু পৰিবর্ত্তনীয় PDF সৃষ্টিকৰণ সহায় কৰে। স্ক্রাইবাচৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো ভাষাৰ প্রত্যেক চিডিত আছে।
| |
| |
What is Content Management System ?
বিষয়সূচী পৰিচালন ছিষ্টেম কি?
|
Ans : Content Management System is a generic, extensible, process-driven software based
framework for establishing Community Information Systems (CIS) or Social Information
Systems (SIS) in the form of E-Communities. It provides a platform for creating, using,
and sharing information among and across the members of E-Communities. Indian language
Localized version of CMS is included in each language CD.
উঃ- বিষয়সূচী পৰিচালন ছিষ্টেমটো ই-কমিউনিটি আকাৰৰ কমিউনিটি ইনফৰমেশ্বন ছিষ্টেম (CIS) বা ছচিয়েল ইনফৰমেশ্বন ছিষ্টেম (SIS) প্রতিষ্ঠা কৰার বাবে ফ্রেমৱর্কত ভিত্তি করা বর্গীয়, এক্সটেনচিবল, প্রচেছ-ড্রাইভেন ছফ্টৱেৰ। ই ই-কমিউনিটিৰ সদস্যবোৰৰ মাজত তথ্য সৃষ্টি,
ব্যবহাৰ আৰু বিতৰণ কৰিব প্লেটফর্ম দিয়ে। বিষয়সূচী পৰিচালন ছিষ্টেমৰ ভাৰতীয় ভাষা স্থানকৃত সংস্কৰণটো ভাষাৰ প্রত্যেক চিডিত আছে।
| |
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
 |
|
|
| |
|
|
| |
|
|